ৰমণীয়তাৰমন্যাস

ৰমনী গাভৰু (Assamese) [ Roman: ro.mo.ni ga.bho.ru]
Contributed by: Tapan K Sarma(তপন কুমাৰ শৰ্মা) on 2015-08-30
1. Historial(Proper Noun-Feminine) A unique female charecter of Ahom kingdom. Daughter king Jayadhdwaj Singha. She is married to Mogal King as a result of war treaty. আহোম যুগৰ এক উজ্জ্বল ৰত্ন হ`ল স্বৰ্গদেউ জয়ধ্বজ সিংহৰ কন্যা ৰমনী গাভৰু৷ ৰাজনৈতিক ঘটনাক্ৰমে ৰমনী গাভৰুক দিল্লীৰ মোগল সম্ৰাটলৈ উইল কৰি দিব লগা হ’ল ৷ বুৰঞ্জী বিখ্যাত শৰাই ঘাট যুদ্ধ ৰমনী গাভৰুৰ মোমায়েক লালুক সোলাই যুদ্ধৰ ফল ভাল হোৱাৰ আশা নেদেখি গুৱাহাটীখন মোগলক এৰি দিবলৈ ঠিৰাং কৰিলে ৷ এই কথা ৰমনী গাভৰুৱে গম পাই – এনে কাম কেতিয়াও নকৰিবলৈ ৰমনী গাভৰুৱে মোমায়েক লালুক সোলালৈ এনে কাৰ্য্য বিষময় হ’ব বুলি লালুকক সৰ্তক কৰি দি পত্ৰ প্ৰেৰণ কৰিছিল ৷